I have created this blog for sharing contents related to my feelings.

Tuesday, August 26, 2014

তোমাৰ অস্পষ্ট মুখ

তোমাৰ অস্পষ্ট মুখ
তাতে দেখো মই স্বৰ্গৰ সুখ
তুমি থকা আতৰত
তথাপিও তুমি মোৰ বহু কাষত
তুমাক বিছাৰো হৃদয়ত
লৈ যাম মই নীলা আকাশত
নিৰ্ভয়ে আমি উৰি ফুৰিম
স্বৰ্গৰ সুখ উপভোগ কৰিম।

No comments:

Post a Comment