I have created this blog for sharing contents related to my feelings.

Tuesday, August 26, 2014

বহুত মনত পৰিছে

আজি আকৌ মনত পৰিল তোমালৈ
মনত পৰিল মোৰ প্রেমৰ সোণালী সপোন
ক'ত সুখী আছিলো তুমি কাষতে থকা বাবে
ক'ত সপোন ভাহি ফুৰিছিল মোৰ দুচকুত
এজাক নৃৰ্দয় ধূমুহাই নিমিখতে ভাঙি নিলে সমষস্ত সপোন
বুকুৰ উঠা নমা বাঢ়ি যায় জানা তোমালৈ মনত পৰিলে
মোৰ উতলা কলিজা খন লৈ আতৰি গলা তুমি
এবাৰো নাভাবিলা কি দৰে থাকিম মই তুমি অবিহনে
কিয় দিঠকত পৰিণত নহল
মোৰ প্রেমৰ সোণালী সপোন ।

No comments:

Post a Comment