I have created this blog for sharing contents related to my feelings.

Tuesday, August 26, 2014

তাইৰ স্মৃতি

হেঁপাহৰে সজোৱা পঁজাটি
আৰু নাথাকে বেছিদিন !
……………
সপোনত গোলাপৰ পাহিৰে সজ্জিত
পঁজাটি জহি খহি গৈছে
সময়ৰ কোবাল সোঁতত ;
………………
মাঁথো পঁজা বুলিবলৈ
আছে মূধচখন ,
……যি খন হয়তো বিলীন হৈ যাব
অতি সোনকালে
সময়ৰ বুকুত ,
……………………
যিটো পঁজা সজাইছিলো
তেঁওৰ স্মৃতি বুকুত লৈ ,
…………………
বৰ্তমানে এনে অৱস্থা হৈছে
আৰু পুনঃনিৰ্মাণ নোৱাৰিম কৰিব……
……………
সেয়ে আৰু মাঁথো তাইৰ স্মৃতি লৈ
জীয়াই থাকিম চিৰদিন অকলে !

1 comment: