I have created this blog for sharing contents related to my feelings.

Tuesday, August 26, 2014

যেতিয়া কাৰোবাক জানিবলৈ মন যায়
তেঁওৰ বাবে অপেক্ষা কৰা হয় প্ৰতি মূহুৰ্ত
কিন্তু পিছত গম পোৱা যায় যে
প্ৰকৃততে তেঁও তোমাৰ জানিবই নোখোজে
তেতিয়া হৃদয়ে বৰ কষ্ট পায়
আৰু
তেঁওৰ পৰা দূৰত গুচি অহাৰ বাহিৰে
একোৱে বাচি নাথাকে ; কিন্তু তথাপিও তেঁওৰ পৰা আতৰি থকাটো সম্ভৱপৰ নহয় !

No comments:

Post a Comment