Thursday, April 19, 2018
Tags
# কিছু অনুভৱ

About Rupjyoti Dewri
Hello, My name is Rupjyoti Dewri. I am a Blogger from Assam. জীৱনক ভালপাওঁ। জানো মৃত্যুলৈকে ধীয়াই জীৱন আগবাঢ়ে। অনেক খলা-বমা আছে তাত। কাঁইটীয়া বাটে বাৰে বাৰে বাট আগচি ধৰে। তথাপিওচোন হাঁহিবোৰ ভাল লাগে। সুখ-দুখ, হাঁহি-কান্দোন আছে জীৱনত। থাকে, থাকিবই। সেইবুলি থমকি ৰোৱা নাযায়। নিৰ্জনতা ভালপাওঁ কিন্তু নিঃসংগতা বেয়া পাওঁ। এধানি মৰমেৰে বুকুখন উমাল কৰি ৰাখিব খোজোঁ। বহু বেছি একো নালাগে মোক লাগে মাথোঁ এখন বিশ্বাসৰ হাত। অলপ আত্মীয়তাৰ পৰশ। সপোন ভাঙিলেও সুৰবোৰে মোক আকুল কৰি তোলে মই হৈ থাকিবৰ জোখাৰে.....
এক মিনিটৰ গল্পApr 15, 2020
অনুভৱৰ ৰদালিApr 19, 2018
নীলা খামৰ চিঠি Aug 05, 2017
জীৱনৰ কিছু অনুভুতিAug 05, 2017
Labels:
কিছু অনুভৱ
Subscribe to:
Post Comments (Atom)
ধূনীয়া দিছা
ReplyDeleteAARU AGUAI JUA
ReplyDelete