I have created this blog for sharing contents related to my feelings.

Saturday, November 21, 2015

তোমাৰ বাবে

অলপ ভালপোৱা বিছাৰিছো তোমাৰ পৰা
কাৰণ তুমি যে মোৰ প্ৰেয়সী,কিমান যে ভালপোৱা থৈছো সাঁচি তোমালৈ,
বিছাৰি ছোৱাচোন এবাৰ আকুল হৈ।
rupjyoti

No comments:

Post a Comment